April 14, 2024

About of Naranarayan Setu in Assamese। নৰনাৰায়ণ সেতু

Naranarayan Setu in Assamese

নৰনাৰায়ণ সেতু Naranarayan Setu in Assamese

নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে’লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোঁচ ৰজা  নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷

যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে৷ ৰে’লপথে যোগীঘোপা ষ্টেছনৰ পৰা কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ এই সেতু নিৰ্মানৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৯৮৭ চনৰ ডিচেম্বৰ মাহত৷ ইয়াৰ ১৫ বছৰৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে । Naranarayan Setu in Assamese

স্থানীয়যোগীঘোপা
তদাৰক সংস্থাঅসম চৰকাৰ
ডিজাইনাৰট্ৰাছ ব্ৰিজ
মুঠ দৈৰ্ঘ্য২.৫ কিঃমিঃ (১.৬ মাইল)
প্ৰস্থ১১.৫০ মিটাৰ
নিৰ্মাণ আৰম্ভ হয়১৯৮৭ চনৰ ডিচেম্বৰ মাহ
নিৰ্মাণ ব্যয়৩৬৮ কোটি টকা
মুকলি১৯৯৮
উদ্ঘাটন১৯৯৮ চনৰ ১৫ এপ্ৰিল
নৰনাৰায়ণ সেতু

নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷ এই সেতু নিৰ্মানত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়৷

You can also Read

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *