April 26, 2024

About of Kolia Bhomora Dalang in Assamese। কলীয়াভোমোৰা সেতু

Kolia Bhomora Dalang in Assamese

কলীয়াভোমোৰা সেতু History of Kolia Bhomora Setu in Assamese

কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত ৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা ৷

প্ৰকৃত নামকলীয়াভোমোৰা সেতু
স্থানীয়তেজপুৰৰ ওচৰত, অসম, ভাৰতবৰ্ষ
তদাৰক সংস্থাঅসম চৰকাৰ
পদাৰ্থpre-stressed concrete
মুঠ দৈৰ্ঘ্য৩০১৫ মিটাৰ
নিৰ্মাণ আৰম্ভ হয়১৯৮১
নিৰ্মাণ শেষ হয়১৯৮৭
মুকলি১৯৮৭

নামকৰণ

১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল। এখেতৰ নামেৰেই দলংখনৰ নামকৰণ কৰা হৈছে । Kolia Bhomora Dalang in Assamese

You can also Read

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *