Chomangkan Festival History in Assamese | চমাংকান কাৰ্বি লোক-উৎসৱ
কাৰ্বিসকলৰ চমাংকান হৈছে মূলতঃ কাৰ্বিসকলে তেওঁলোকৰ স্বৰ্গগামী পূৰ্বপুৰুষ পিতৃ-পিতামহ আদিসকলক যথাযোগ্যভাৱে জনোৱা শ্ৰদ্ধাপূর্বক অনুষ্ঠান। সাধাৰণতে মাঘ-ফাল্গুন মাহত এই উৎসৱটি সমূহীয়াভাৱে …