July 24, 2024

Assam Police Question 2024 | Jobs Interview Exam pdf

We discuss in this article about important question of Assam Police jobs Interviews in Assamese

Assam Police Important Questions

কোন তাৰিখে গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্তক নিয়োগ কৰা হৈছিল?

2015 চনৰ 1 জানুৱাৰী

কোন তাৰিখে গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্তক নিয়োগ কৰা হৈছিল?

2015 চনৰ 1 জানুৱাৰী

গুৱাহাটীৰ প্ৰথম গৰাকী আয়ুক্তক কোনে নিয়োগ কৰিছিল ?

তৰুণ গগৈ

প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন আছিল

চিচেলে প্লোডেন

গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে কাক নিয়োগ কৰা হৈছিল ?

জ্যোতির্ময় চক্রবর্তী

কোন চনত অসম সেনা আৰক্ষী গঠন হৈছিল

1891

অসমৰ আৰক্ষী আইনখন কেতিয়া গৃহীত হৈছিল?

1861

1861 চনৰ আৰক্ষী আইনৰ অধীনত অসমত কিমানখন আৰক্ষী জিলাৰ সৃষ্টি হৈছিল ?

11

1835 চনত নগাঁও জিলাৰ অসামৰিক প্ৰশাসনৰ প্ৰধান কোন আছিল ?

মিঃ গ্রেঞ্জ

আৰক্ষী আয়ুক্তৰ অধীনত গুৱাহাটীক কোন খন আৰক্ষী জিলাত বিভক্ত কৰা

3

কোন চনত দণ্ডাত্মক আৰক্ষীৰ গঠন হৈছিল

1880

ৰে’ল আৰক্ষী বাহিনী (ৰে’লৱে পুলিচ ফোৰ্চ) কেতিয়া অস্তিত্বলৈ আহিছিল ?

April 1885

কোন বছৰত অসমৰ নতুন প্ৰদেশ গঠন হৈছিল?

1912

DIG য়ে সূচায়

ডেপুটী ইনস্পেক্টৰ জেনেৰেল (উপ-মহাপৰিদৰ্শক)

কিমান চনৰ পৰা গুৱাহাটী আৰক্ষী সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয় হয় ?

1974

উপ-মহাপৰিদৰ্শক (DIG) পদবীটো কোন চনত সৃষ্টি কৰা হৈছিল চনত।

1935

পানবজাৰ আৰক্ষী থানা কোনখন আৰক্ষী জিলাৰ অধীনত?

কেন্দ্ৰীয় আৰক্ষী জিলা

1874 চনত বংগৰ পৰা অসম পৃথক হোৱাৰ সময়ত অসম আৰক্ষীৰ শক্তি সংখ্যা কিমান আছিল?

3352

তলত উল্লিখিত অসম আৰক্ষীৰ কোনটো শাখা অর্থনৈতিক অপৰাধৰ গোচৰৰ সৈতে সম্বন্ধিত?

অনুসন্ধান শাখা

এটা বিচাৰযোগ্য অপৰাধৰ বিষয়ে জ্ঞাত এজন বলি বা আক্রান্ত ব্যক্তি, সাক্ষী অথবা যিকোনো অন্য ব্যক্তিয়ে এটা কি দাখিল কৰিব পাৰে।

এফ আই আৰ

কোনখন সমিতি 1952 চনত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল? 

ছাৰ এম. খুচ্‌ৰো

অসম অসামৰিক আৰক্ষী সমিতিৰ প্ৰথম সভাপতি কোন আছিল?

ছাৰ ছৈয়দ মহম্মদ ছাদুল্লা

অসম অসামৰিক আৰক্ষী সমিতি কেতিয়া গঠন কৰা হৈছিল

1929

কোন চনত মটৰ স্পিৰ্টি ৰেচন যোজনা প্ৰৱৰ্তন কৰা হৈছিল ?

1941

সীমান্ত আৰক্ষীৰ কেতিয়া স্থাপন হৈছিল?

নৱেম্বৰ, 1974

আৰক্ষী উপ-পৰিদৰ্শকৰ অধীনত অসমৰ ৰাজ্যিক বিশেষ শাখাটো অপৰাধ অনুসন্ধান বিভাগৰ পৰা কেতিয়া দুভাগ হয় ? 

1965

কোন চনত ৰে’ল আৰক্ষী বাহিনী ৰ গঠন হৈছিল।

1885

কোন আৰক্ষীৰ নতুন নাম হ’ল সশস্ত্ৰ আৰক্ষী 

সামান্ত

অসমক কেতিয়া এখন পৃথক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে ঘোষণা কৰা হৈছিল?

1887

20 তম শতিকাৰ শেষৰফালে অসম আৰক্ষী বাহিনীৰ কৰ্মচাৰীৰ সংখ্যা কিমান আছিল

61263

ক্রমান্বয়ে কনিষ্টবল আৰু ছাব-ইনস্পেক্টৰ (উপ-পৰিদৰ্শক) পদবীৰ বাবে প্ৰয়োজন হোৱা নিম্নতম শিক্ষামূলক অৰ্হতা কি কি ?

উচ্চ মাধ্যমিক আৰু স্নাতক

ভাৰতীয় পুলিচ সেৱা (IPS)ৰ বিষয়াসকলক কেন্দ্ৰীয় স্তৰত কি হিচাপে বিভিন্ন পদৱীত ভৰ্তি কৰোৱা হয়

অতিৰিক্ত বা সহকাৰী আৰক্ষী অধীক্ষক

বিশেষ শাখা বা অনুসন্ধানমূলক শাখাক জনপ্ৰিয়ভাৱে কি বুলি জনা যায়

অপৰাধমূলক/অপৰাধী অনুসন্ধান শাখা (CID)

আৰক্ষী বাহিনীৰ দায়িত্বত থকা শীর্ষস্থানীয় পদবীটো কি

আৰক্ষী সঞ্চালক প্রধান (DGP)

আৰক্ষী বিষয়াসকলৰ দৰমহা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পৰা ওলায় যিবোৰ কিহৰ দ্বাৰা পৰিশোধ কৰা হয়

কৰ-পৰিশোধকাৰীসকল

কোন চনৰ আৰক্ষী আইনৰ অধীনত নিশ্চিত কৰা হয় যে এজন আৰক্ষী বিষয়াক “সদায় কৰ্তব্যৰত অৱস্থাত থকা বুলি বিবেচনা কৰা হ’ব।

1861

FIR ৰে কি সূচায়

প্রথম তথ্য প্রতিবেদন (ফাৰ্ষ্ট ইনফ’ৰমেচন ৰিপোর্ট)

“খানা তালাচী পৰোৱানা” হিচাপে তালাচী চলাবলৈ আৰক্ষী বিষয়াসকলক কাৰ অনুমতিৰ প্রয়োজন ?

দণ্ডাধীশ (মেজিষ্ট্রেট)

কোনে অসম আৰক্ষীৰ বাবে সকলো সঁজুলি নিৰ্মাণ কৰে

ভাৰতীয় গোলা-বাৰুদ কাৰখানাসমূহে

“অসম সেনা-আৰক্ষীক “অসম ৰাইফল্‌ছ” হিচাপে কোন চনত পুনঃনামাকৰণ কৰা হয়।

1920

কোন চনত 1861ৰ আৰক্ষী আইনখন অসমত প্ৰৱৰ্তন কৰা

1862

আৰক্ষী অধীক্ষক আৰু এ.ই. 1-1 ৰ অধীনত 1913 চনত গঠন হোৱা বিভাগটোৰ নাম কি

অপৰাধমূলক/অপৰাধ-অনুসন্ধান বিভাগ

কোন চনত ফৌজদাৰী কাৰ্যবিধি আইন (CRPC)খন কাৰ্যকৰীকৰণ কৰা হৈছিল

1862

1974 চনৰ নৱেম্বৰত অসম আৰক্ষীত গঠন কৰা বাহিনীটোৰ নাম কি ?

সীমা আৰক্ষী বাহিনী

অসম আৰক্ষীক প্ৰত্যক্ষভাৱে কোনটো বিভাগে নিয়ন্ত্ৰণ কৰে?

গৃহ পৰিক্ৰমা বিভাগ বা গৃহ মন্ত্ৰণালয়

বৈদেশিক পৰিক্ৰমা বিভাগ ৰাজ্যৰ আৰক্ষী জিলাৰ প্ৰধান কোন ?

আৰক্ষী অধীক্ষক (SP)

অসমত চি আই ডি (CID) আৰক্ষীথানাৰ কাৰ্যকৰীকৰণ হৈছিল.

1 নৱেম্বৰ, 1997

প্ৰথম অসমীয়া মহিলা আই পি এছ (IPS) বিষয়াগৰাকীৰ নাম লিখা।

ড° সংযুক্তা পৰাশৰ

অসম নদী আৰক্ষী সংগঠন কেতিয়া গঠন হৈছিল?

1960

অসম নদী আৰক্ষী সংগঠনৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

গুৱাহাটী

তলত উল্লিখিত সমূহৰ ভিতৰত কোনটো এটা আৰক্ষী সেৱা কিন্তু পদবী নহয় ?

চোৰাংচোৱা অধিকর্তা কার্যালয়

তলত উল্লিখিত সমূহৰ ভিতৰত কোনটো অ-ৰাজপত্ৰিত বিষয়াৰ পদবী নহয় ?

আৰক্ষী মহাপৰিদৰ্শক

আৰক্ষীৰ যুটীয়া আয়ুক্ত আৰু …….. ৰ পদবী একে।

আৰক্ষী মহাপৰিদৰ্শক

আৰক্ষী উপায়ুক্তৰ সেৱাকাল …….. বছৰতকৈ কম

10

উপ-পৰিদৰ্শক আৰু সহকাৰী উপ-পৰিদৰ্শকৰ অনুপস্থিতিত কোনে এছ.এইচ.অ’হিচাপে কার্য সম্পাদন কৰে?

প্রধান কনিষ্টবল

জনসাধাৰণৰ সৈতে সৰ্বাধিক পৰম্পৰ সম্পর্কিত বিষয়ত যোগাযোগৰ মাধ্যম হ’ল

কনিষ্টবল

অসম আৰক্ষীৰ চাৰিখন প্রশিক্ষণ প্রতিষ্ঠান …. -ত অৱস্থিত।

দেৰগাঁও

APTC ৰ সম্পূৰ্ণ অৰ্থ হ’ল

সশস্ত্ৰ আৰক্ষী প্রশিক্ষণ কেন্দ্র (Armed Police Training Centre)

শালনিবাৰীত অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয় (PTC) কেতিয়া স্থাপন হৈছিল।

1948

2014 চনৰ 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ শুভক্ষণত কোনে বীৰত্ব পদক লাভ কৰিছিল?

শ্রী জয়ন্ত সোণোৱাল

2014 চনৰ 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ শুভক্ষণত প্ৰসংশনীয় সেৱাৰ বাবে কোনে আৰক্ষী পদক লাভ কৰিছিল?

বদন শ‍ইকীয়া (কনিষ্টবল)

2014 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ শুভক্ষণত বীৰত্বৰ বাবে কোনে আৰক্ষী পদক লাভ কৰিছিল?

শ্ৰী ললিত হাজৰিকা, মহম্মদ আব্দুল হেকিম, শ্রী মনোজ সন্দিকৈ আৰু শ্ৰী বুদ্ধেশ্বৰ চক্ৰধৰা

2014 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ শুভক্ষণত প্ৰশংসনীয় সেৱাৰ বাবে কোনে আৰক্ষী পদক লাভ কৰিছিল?

শ্ৰী মনুৰাম শইকীয়া [প্রধান কনিষ্টবল (ইউ বি

তলত উল্লিখিতসমূহৰ কোনটো/কোনবোৰ অসম আৰক্ষীৰ পদক আৰু বঁটা ?

বীৰত্বৰ পদক

বিস্ফোৰকসমূহ ধৰা পেলোৱাৰ ক্ষেত্ৰত উপযোগী আৰক্ষী সঁজুলিবিধৰ নাম লিখা।

এক্সপ্লোছিভ ডিটেক্টৰ (বিস্ফোৰক ধৰা পেলোৱা যন্ত্ৰ)

গোপন হৈ থকা বিস্ফোৰক স্থানসমূহৰ অনুসন্ধানৰ বাবে কোনবিধ আৰক্ষী সঁজুলি ব্যৱহাৰ কৰা হয় ।

অপ্টিকেল ফাইবাৰস্কোপ ছাৰ্চ কিট

তালাচীৰ বাবে ব্যৱহাৰ কৰা আৰক্ষী সঁজুলিবিধ হ’ল …..

হাতেৰে ধৰা মেটেল ডিটেক্টৰ

গোপন বিস্ফোৰক ধৰা পেলাবলৈ ……ব্যৱহাৰ কৰা হয়

প্রশিক্ষিত এক্সপ্লোছিভ স্নিফাৰ ডগ (প্রশিক্ষিত বিস্ফোৰক ঘ্রাণগ্রাহী কুকুৰ) থার্মেল কাটাৰ

লাই ডিটেক্টচন টেষ্ট (মিছা কথা ধৰা পেলোৱা পৰীক্ষা)ৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ

প’লিগ্রাফ মেচিন (বহুলিপিক যন্ত্র)

ব্ৰে’থএনালাইজাৰ (শ্বাস-বিশ্লেষক)….. ধৰা পেলোৱা পৰীক্ষাত ব্যৱহাৰ কৰা

সুৰাপান

অনুমতিবিহীন প্ৰৱেশ নিৰীক্ষণৰ বাবে কোনবিধ আৰক্ষী সঁজুলি ব্যৱহাৰ কৰা হয় ?

চি চি টি ভি ছিষ্টেম

জাল নোট চিনাক্তকৰণৰ বাবে কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয় ?

আল্ট্রা ভায়োলেট লেম্প (অতিবেঙুনীয়া দ্বীপ)

2014ৰ স্বাধীনতা দিৱসত কোনগৰাকী আই পি এছআৰক্ষী অধীক্ষকক কোকৰাঝাৰৰ পৰা তেওঁৰ অত্যুত্তম অৱদানৰ বাবে বঁটা প্ৰদান কৰা হয় ?

শ্রী সুনীল কুমাৰ

2014 চনৰ স্বাধীনতা দিৱসত নিজৰ অত্যুত্তম সেৱাৰ বাবে বঁটা অৰ্জন কৰা গুৱাহাটীৰ আৰক্ষী মহাপৰিদৰ্শক (চি ডব্লিউ আৰ) কাৰ্যালয়ৰ, বিষয়াজনৰ নাম লিখা।

শ্রী মণি শইকীয়া

2014 চনৰ স্বাধীনতা দিৱসত……. হিচাপে গুৱাহাটী,(অসম)ৰ শ্ৰী ধৰণীধৰ মহন্তক বঁটা প্ৰদান কৰা হয়।

এছ. আই (ইউ বি), এছ. বি. মুখ্য কাৰ্যালয়

2014 চনৰ স্বাধীনতা দিৱসত বঁটা অৰ্জন কৰা কোকৰাঝাৰৰ তুলসীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী [এছ.আই (ইউবি)]ৰ নাম লিখা ৷

শ্ৰী প্ৰশান্ত বৰা

শ্ৰী মীনা ডেকাক 2014 চনৰ স্বাধীনতা দিৱসত কাহিলিপাৰাৰ পৰা …..পদৱীৰ বাবে বঁটা প্ৰদান কৰা হয় ।

ডব্লিউ পি চি 1498, চতুর্থ এ. পি. বি. এন

“অশোক চক্ৰ” প্ৰদান কৰা হয়……| MBA 1989

ভূমি, বায়ু তথা সমুদ্রত আত্ম-বলিদান দিয়া অথবা অতি দৃষ্টি আকর্ষণকাৰী বীৰত্বৰ বাবে, কিন্তু শত্ৰুৰ উপস্থিতিত নহয় ৷

কোনটো ভাৰতীয় মিছাইল (ক্ষেপণাস্ত্র) পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াবলৈ সক্ষম?

পৃথ্বী

নিম্নোল্লিখিত কোনটো পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল 2013 চনৰ 23 ডিচেম্বৰত ওড়িশা উপকূলৰ হুইলাৰ দ্বীপৰ পৰা ভাৰতীয় স্থলবাহিনীৰ ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডে পৰীক্ষণ সম্পন্ন কৰিছিল ?

অগ্নি- III

নিম্নোল্লিখিত কোনটো এটা সামৰিক-জোট?

নাটো

পাৰমাণৱিক সংকোচন সন্ধিৰ (Non-proliferation Treaty) উদ্দেশ্য হ’ল …..

পাৰমাণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ প্ৰতিৰোধ কৰা

ব্রাহ্মোছ নামৰ ছুপাৰ্চ’নিক ক্রুইজ মিছাইল (শব্দতকৈ বেগী ৰণৰী ক্ষেপণাস্ত্ৰ)টো ভাৰত আৰু ……….ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা হৈছিল।

ৰাছিয়া

CBI ৰ সম্পূৰ্ণ ৰূপটো কি?

চেণ্ট্ৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেছন

IPC ৰ সম্পূৰ্ণ ৰূপ কি?

ইণ্ডিয়ান পেনেল ক’ড

NDC ৰ সম্পূৰ্ণ ৰূপ কি?

নেচনেল ডেভেল’পমেন্ট কাউন্সিল

নিম্নোল্লিখিত কোনটো নিৰস্ত্ৰীকৰণৰ সৈতে জড়িত নহয় ?

নাটো (NATO)

Assam Police Question paper pdf

Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *