July 20, 2024

গোৱালপাৰা জিলা | Goalpara District

Goalpara

We discuse here about Goalpara Districts Map | Boundary | Origin of the Name | Notable places, History | Population, Land Area | Subdivision, Revenue Circle, Thana | Rivers, Sanctuaries | Vidhan Sabha, Lok Sabha constituency | Railway Stations, Distances, etc. গোৱালপাৰা জিলাৰ চাৰিসীমা | নামটোৰ উৎপত্তি | উল্লেখযোগ্য ঠাই, ইতিহাস | জনসংখ্যা, মাটিকালি | মহকুমা, ৰাজহ চক্র, থানা | নদ-নদী, অভয়াৰণ্য | বিধানসভা, লোকসভা সমষ্টি | ৰে’ল ষ্টেশ্যন, দূৰত্ব ইত্যাদি |

Help Line Number

Child Helpline: 1098 | Fire Emergency: 102 | Medical: 108 | Women’s Helpline 181 | Assam Police: 100 | Fire Station: 235605 | All India Railway: 1512 | Disaster Mgmt: 1077/1070

Goalpara District Official websiteClick Here
Goalpara District Current DC (District Commissioner)Shri Khanindra Choudhury, IAS

Goalpara District Glance

  •   Division: Lower Assam 
  •   Headquarter: Goalpara Town
  •   Sub-Divisions: 1 No. Goalpara
  •   Revenue Circles: 5
  •   Development Blocks: 8
  •   Geographical Area: 1824 sq km
  •   Population: 10,08,959
  •   Literacy: 68.27 %
  • All Details ———- Click Here

Goalpara District Map

Goalpara District Map

গোৱালপাৰা নামনি অসম সংমণ্ডলৰ অন্তর্গত এখন জিলা। জিলাখনৰ সদৰ গোৱালপাৰা চহৰ। মুঠ ১,৮২৪ বৰ্গকিলোমিটাৰ মাটিকালি।

Boundary of Goalpara District চাৰিসীমা

গোৱালপাৰা জিলাৰ চাৰিসীমাত আছে পুবে দক্ষিণ কামৰূপ জিলা, পশ্চিমে ধুবুৰী জিলা, উত্তৰে ব্ৰহ্মপুত্র নদী, দক্ষিণে মেঘালয়।

নামটোৰ উৎপত্তি, ইতিহাস (Notable places, History)

গোৱালটিপ্পিক’ অর্থাৎ গোৱালৰ গাঁও শব্দৰপৰা গোৱালপাৰা শব্দটিৰ উৎপত্তি হৈছে বুলি কোৱা হয়। গোৱালপাৰাৰ ইতিহাস বহু শতিকাজোৰা। চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ বিৱৰণিৰ ভিত্তিত ছাৰ এডৱাৰ্ড গেইটে মন্তব্য কৰিছে যে এসময়ত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ্যৰ ৰাজধানী গোৱালপাৰা অথবা কোচবিহাৰ আছিল। পাছলৈ অঞ্চলটি কোচ ৰাজবংশৰ অধীনস্থ হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি মর্মে অসম সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছত ১৮৭৪ চনত গোৱালপাৰাক অসমৰ এখন জিলা হিচাপে গঠন কৰা হয়। পাছত, ১৯৮৩ চনত জিলাখনৰপৰা আন তিনিখন জিলা ক্রমে কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰী জিলা গঠন কৰা হয়।

জনসংখ্যা, মাটিকালি Population, Land Area

  • জনসংখ্যা :- জিলাখনৰ মুঠ জনসংখ্যা ২০১১ চনৰ লোকপিয়লমতে ১০,০৮,১৮৩ জন আৰু ২০০১ চন অনুসৰি ৮,২২,০৩৫জন
  • মুঠ মাটিকালি ১,৮২৪ কি.মি. (৭০৪.৩ বৰ্গ মাইল)

Subdivision, Revenue Circle, Police Station মহকুমা, ৰাজহ চক্র, থানা

  •   Division: Lower Assam 
  •   Headquarter: Goalpara Town
  •   Sub-Divisions: 1 No. Goalpara
  •   Revenue Circles: 5
  •   Development Blocks: 8
  •   Geographical Area: 1824 sq km
  •   Population: 10,08,959
  •   Literacy: 68.27 %
  • All Details ———- Click Here

Goalpara District Literacy Rate

  • Literacy Rate (2011)
    • Male: 72.00 %
    • Female: 64.53 %
    • District Literacy Rate: 68.27 %

নদ-নদী, অভয়াৰণ্য Rivers, Sanctuaries

গোৱালপাৰা জিলাৰ উত্তৰ দিশেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। এই নদীখনে জিলাখনত বহুতো বাসপোযোগী চৰ-চাপৰিৰ সৃষ্টি কৰিছে। জিলাখনৰ আনকেইখন নদী হ’ল- দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আৰু জিনাৰী। দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে। জিলাখনৰ বিলসমূহ হ’ল: কুমৰি বিল, ধামাৰ বিল, উৰপদ বিল।

পাহাৰ-পৰ্বত

বেছি অংশ সমভূমি যদিও কিছু চাপৰ হাবিময় পাহাৰ অঞ্চলো জিলাখনত আছে। জিলাখনৰ পাহাৰবোৰ হ’ল: পঞ্চৰত্ন, শ্ৰীসূৰ্য, টুক্ৰেশ্বৰী, নলঙা আৰু পাগলাৰটেক। এই পাহাৰবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ ৰ পৰা ৫০০ মিটাৰৰ ভিতৰত।

Vidhan Sabha, Lok Sabha constituency বিধানসভা, লোকসভা সমষ্টি

  • লোকসভা সমষ্টি- ধুবুৰী, গুৱাহাটী
  • বিধানসভা সমষ্টি – দুধনৈ (৩৬), পূব গোৱালপাৰা (৩৭), পশ্চিম গোৱালপাৰা (৩৮), জলেশ্বৰ (৩৯)

গোৱালপাৰা জিলাখন মুঠ ৮৫৪ খন গাঁৱেৰে গঠিত। জিলাখনত মুঠতে ৮টা উন্নয়ন খণ্ড আছে। মহকুমা গোৱালপাৰা আৰু লক্ষীপুৰ। গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ আৰু দুধনৈ— এই চাৰিটা বিধানসভা সমষ্টিৰে গঠিত গোৱালপাৰা জিলা। গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অংশ-বিশেষ

ৰে’ল ষ্টেশ্যন, দূৰত্ব ইত্যাদি Railway stations, distances, etc.

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *