July 27, 2024

অসমৰ মন্ত্ৰীৰ বিভাগসমূহ | Departments of Ministers of Assam in Assamese

ডঃ হিমন্ত বিশ্ব শৰ্মাবিত্ত, 
পৰিকল্পনা আৰু উন্নয়ন, 
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, 
শিক্ষা(উচ্চ মাধ্যমিক, প্ৰাথমিক), 
পৰ্যটন, 
হস্ততাঁত আৰু বস্ত্ৰ(কেৱল খাদী আৰু গ্ৰাম্যদ্যোগ), 
গুৱাহাটী উন্নয়ন, 
সহযোগ, 
পেঞ্চন আৰু লোক আপত্তি 
শ্ৰী অতুল বৰাকৃষি, উদ্যান বিদ্যা আৰু খাদ্য সংসাদন, 
পশু পালন আৰু পশু চিকিসা, 
নগৰ উন্নয়ন, নগৰ আৰু দেশ পৰিকল্পনা 
শ্ৰীমতী প্ৰমিলা ৰাণী ব্ৰহ্মপৰিবেশ আৰু বনাঞ্চল, 
ভূমি সংৰক্ষণ, 
সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ, 
খনি আৰু খনিজ দ্ৰব্য 
শ্ৰী কেশৱ মহন্তজল সম্পদ 
বিজ্ঞান আৰু প্ৰযুক্তি 
তথ্য প্ৰযুক্তি 
শ্ৰী পৰিমল শুক্লবৈদ্যগড়কাপ্তানি বিভাগ(ৰাস্তা, ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) 
মীন পালন   
আবকাৰী উপাদন শুল্ক 
শ্ৰী ৰঞ্জিত দত্তজলসিঞ্চন 
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প(খাদী আৰু গ্ৰাম্যদ্যোগৰ বাহিৰে) 
শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰীবাণিজ্য আৰু উদ্যোগ 
পৰিবহন 
সংসদীয় পৰিক্ৰমা 
দক্ষতা, কৰ্মসংস্থান আৰু উদ্যমিতা উন্নয়ন 
পূৰ্ব আইন নীতি পৰিক্ৰমা 
শ্ৰী ৰিহন দৈমাৰীজনস্বাস্থ্য কাৰিকৰী 
খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা 

ৰাজ্যিক মন্ত্ৰী(স্বত্বন্ত্ৰ ভাৰ)

শ্ৰী নৱকুমাৰ দলেপঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন 
ক্ৰীড়া আৰু যুৱ কল্যাণ 
সাংস্কৃতিক পৰিক্ৰমা 
সমাজ কল্যাণ(মাননীয় মুখ্য মন্ত্ৰীক সহায় কৰাৰ কাৰণে ৰাজ্যিক মন্ত্ৰী হিচাপে) 
শ্ৰী পল্লৱ লোচন দাসশ্ৰম আৰু সংস্থাপন 
চাহ জনগোষ্ঠাৰ কল্যাণ 
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা(মাননীয় মুখ্য মন্ত্ৰীক সহায় কৰাৰ কাৰণে ৰাজ্যিক মন্ত্ৰী হিচাপে) 
শক্তি(মাননীয় মুখ্য মন্ত্ৰীক সহায় কৰাৰ কাৰণে ৰাজ্যিক মন্ত্ৰী হিচাপে) 
শ্ৰম কল্যাণ

Leave a Reply

Your email address will not be published. Required fields are marked *